২ ফেব্ৰুৱাৰী (ইংৰাজী : 2 February ) গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৩তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩৪টা দিন (অধিবৰ্ষত ৩৩৫টা দিন) বাকী থাকে।
১৮১৪ - কলকাতা ত ভাৰতীয় সংগ্ৰহালয় (ইণ্ডিয়ান মিউজিয়াম) প্ৰতিষ্ঠিত হয়।
১৮১৭ - শিক্ষা আৰু খ্ৰিষ্টধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে মিছনেৰী চোচাইটিৰ প্ৰথম শাখা কলকাতাত স্থাপিত হয়।
১৯৮৯ - সত্যজিৎ ৰায়ক ফ্ৰান্সৰ সৰ্ব্বোচ্চ সন্মান "লিজিয়ন অফ অনাৰ" প্ৰদান কৰা হয়।
১৯৩৫ - আমেৰিকা যুক্তৰাষ্ট্ৰৰ আদালতত প্ৰথম সাক্ষী আৰু প্ৰমাণ হিচাপে আলোকচিত্ৰ অনুমোদিত হয়।
১৯১৩ - নিউয়ৰ্ক চহৰৰ 'গ্ৰেণ্ড চেণ্ট্ৰেল টাৰ্মিনেল' মুকলি কৰা হয়।
১৯৪৩ - দ্বিতীয় ষ্টেলিন গ্ৰাডৰ যুদ্ধ সমাপ্ত হয়। জাৰ্মান সেনাই ছোভিয়েটৰ ওচৰত আত্মসমৰ্পণ কৰে।
১৯৫৭ - ইস্কান্দৰ মিৰ্জাই গুড্ডু বেৰেজৰ আধাৰশিলা স্থাপন কৰে।
১৯২২ - জেমছ জয়েছৰ "ইউলিচিছ" প্ৰকাশিত হয়।
১৯৫৯ - শিশিৰ কুমাৰ ভাদুৰীয়ে ভাৰত চৰকাৰে প্ৰদান কৰা "পদ্মভূষণ" বঁটা নাকচ কৰে।
১৮৮৯ - ৰাজকুমাৰী অমৃত কৌৰ , ভাৰতৰ প্ৰথম গৰাকী স্বাস্থ্যমন্ত্ৰী।
১৯১৫ - খুছৱন্ত সিং , ভাৰতীয় সাহিত্যিক, উপন্যাসিক, স্তম্ভ লেখক, সাংবাদিক আৰু ইতিহাসবিদ।
১৯৩৩ - লক্ষহীৰা দাস , অসমীয়া কবি, গীতিকাৰ, গায়িকা আৰু শিক্ষাবিদ।
১৯৩৬ - সুমিতা দেৱী , বাংলাদেশৰ চলচ্চিত্ৰ শিল্পী আৰু টেলিভিচন অভিনেত্ৰী।
১৯৭৭ - ছাকিৰা , কলম্বিয়ান গায়িকা।
১৯৮৯ - অনুৰাধা থোকচোম , ভাৰতৰ ৰাষ্ট্ৰীয় মহিলা ফিল্ড হকী দলৰ সদস্য।