সপ্তাহ
অৱয়ব
সপ্তাহ হৈছে সময়ৰ এটা একক। সাত দিনে এক সপ্তাহ হয়।
উক্ত সাতদিন হ'ল:
অন্যান্য সময় এককৰ সৈতে সম্পৰ্ক
[সম্পাদনা কৰক]- ১৬৮ ঘন্টাত আৰু (১০,০৮০ ছেকেণ্ডত) এটা সপ্তাহ হিচাপে ধৰা হয়।
- ২ সপ্তাহত এক পক্ষ বা এক পষেক হয়।
- ৪ সপ্তাহত এক মাহ হয়।
- ৫২ সপ্তাহত এক বছৰ হয়।
|