উ
অৱয়ব
উ |
অসমীয়া বৰ্ণমালা |
---|
স্বৰবৰ্ণ |
অ আ ই ঈ |
উ ঊ ঋ |
এ ঐ ও ঔ |
ব্যঞ্জনবৰ্ণ |
ক খ গ ঘ ঙ |
চ ছ জ ঝ ঞ |
ট ঠ ড ঢ ণ |
ত থ দ ধ ন |
প ফ ব ভ ম |
য ৰ ল ৱ |
শ ষ স হ |
ক্ষ ড় ঢ় য় |
ৎ ং ঃ ঁ |
অব্যৱহৃত বৰ্ণ |
ৠ ঌ ৡ |
উ অসমীয়া লিপিৰ স্বৰবৰ্ণৰ পঞ্চম আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি।[1] 'উ'ও এটি স্বৰধ্বনি, সেয়েহে 'উ' উচ্চাৰণ কৰোঁতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'উ'-ক এনেদৰে লিখা যায়।[2]
ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে
[সম্পাদনা কৰক]কোনো ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে 'উ'ৰ ৰূপ সলনি হয়, অৰ্থাৎ ইয়াক অন্য ৰূপত লিখা হয়। সেই ৰূপ 'উ'ৰ গৌণ প্ৰতীক। 'উ'ৰ এই ৰূপ হ'ল 'ু'।[3] যেনে ক্+উ=কু আদি।
ইউনিক’ড
[সম্পাদনা কৰক]ৰূপ | চিহ্ন | ইউনিক’ড | ক’ড নম্বৰ | ইউনিক’ডত বিৱৰণ[4] |
---|---|---|---|---|
স্বতন্ত্ৰ ৰূপ | উ | উ | U+0989 |
BENGALI LETTER U |
গৌণ ৰূপ | ু | ু | U+09C1 |
BENGALI VOWEL SIGN U |
'উ' বৰ্ণৰে আৰম্ভ হোৱা শব্দৰ উদাহৰণ
[সম্পাদনা কৰক]- উট
- উপন্যাস
- উমানন্দ
- উত্তৰাঞ্চল
- উত্তৰ প্ৰদেশ
- উকা
- উগ্ৰপন্থী
- উচ্চ
- উজনি
- উঠ
- উত্তৰ
- উত্তৰ-পূব
- উদাহৰণ
- উনবিংশ
- উভয়
- উৰণীয়া
- উল্লেখযোগ্য
- উশাহ-নিশাহ
- উষ্ণতা
উ-কাৰ যুক্ত শব্দৰ উদাহৰণ
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ xobdo.org search result of স্বৰবৰ্ণ
- ↑ World Braille Usage, UNESCO, 2013
- ↑ ডেকা আৰু ডেকাৰ 'ৰচনা সঞ্চয়ন'ৰ পৃষ্ঠা ৫
- ↑ বাংলা ইউনিক'ড তালিকা (পি.ডি.এফ.)