নেইমাৰ
অৱয়ব
নেইমাৰ | ||||||||||||
ব্যক্তিগত তথ্য | ||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|
সম্পূৰ্ণ নাম | নেইমাৰ ডা ছিলভা ছাণ্টোছ জুনিয়ৰ[1] | |||||||||||
জন্ম | ০৫ ফেব্ৰুৱাৰী, ১৯৯২ (৩২ বছৰ)[1] | |||||||||||
জন্মস্থান | মগি দাস ক্ৰুজেছ(Mogi das Cruzes), ব্ৰাজিল[1] | |||||||||||
উচ্চতা | 1.75 মিটাৰ (U=ft}})[2] | |||||||||||
খেলা স্থান | ফৰৱাৰ্ড, উইংগাৰ | |||||||||||
ক্লাবৰ তথ্য | ||||||||||||
বৰ্তমানৰ ক্লাব | পেৰিছ ছেইণ্ট জাৰ্মান | |||||||||||
সংখ্যা | ১১ | |||||||||||
যুৱ কেৰিয়াৰ | ||||||||||||
১৯৯৯-২০০৩ | পৰ্তুগিজা ছাণ্টিস্তা(Portuguesa Santista) | |||||||||||
২০০৩-২০০৯ | ছাণ্টোছ(Santos) | |||||||||||
চিনিয়'ৰ কেৰিয়াৰ* | ||||||||||||
বৰ্ষ | দল | অংশগ্ৰহণ† | (গ'ল)† | |||||||||
২০০৯-২০১৩ | ছাণ্টোছ(Santos) | ১০৩ | (৫৪) | |||||||||
২০১৩–২০১৭ | বাৰ্চিলোনা(Barcelona) | ১২৩ | (৬৮) | |||||||||
২০১৭- | পেৰিছ ছেইণ্ট জাৰ্মান এফ চি | ১০৫ | (৮০) | |||||||||
ৰাষ্ট্ৰীয় দল‡ | ||||||||||||
২০০৯ | ব্ৰাজিল অনুৰ্দ্ধ ১৭ | ৩ | (১) | |||||||||
২০১১ | ব্ৰাজিল অনুৰ্দ্ধ ২০ | ৭ | (৯) | |||||||||
২০১২ | ব্ৰাজিল অনুৰ্দ্ধ ২৩ | ৭ | (৪) | |||||||||
২০১০– | ব্ৰাজিল জাতীয় দল | ১২১ | (৭৫) | |||||||||
সন্মান
| ||||||||||||
* চিনিয়'ৰ ক্লাব অংশগ্ৰহণ আৰু গ'লৰ সংখ্যা কেৱল ঘৰুৱা লীগৰ বাবেহে আৰু এই তাৰিখলৈকে শুদ্ধ 22:36, 17 May 2014 (UTC)।
21:11, 17 June 2014 (UTC) |
নেইমাৰ ডা ছিলভা ছাণ্টোছ জুনিয়ৰ বা চমুকৈ নেইমাৰ(পৰ্তুগীজ উচ্চাৰণ: [nejˈmaʁ dɐ ˈsiwvɐ ˈsɐ̃tus ˈʒũɲoʁ];জন্ম ৫ ফেব্ৰুৱাৰী, ১৯৯২) এজন পেছাদাৰী ব্ৰাজিলিয়ান ফুটবল খেলুৱৈ। তেওঁ ফৰাচী ক্লাব পেৰিছ ছেইণ্ট জাৰ্মান (Paris Saint-Germain F.C.) আৰু ব্ৰাজিলৰ জাতীয় ফুটবল দলৰ সদস্য। তেওঁ ফৰৱাৰ্ড বা উইংগাৰ হিচাপে খেলে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 "Neymar". ESPN. http://espnfc.com/player/_/id/132948/neymar-da-silva-santos-j%C3%BAnior?cc=3888.
- ↑ "Neymar Jr. Profile". FC Barcelona.com. Retrieved 9 May 2014